BG 1.41: হে কৃষ্ণ, অধৰ্মৰ প্ৰভাৱত কুলৰ স্ত্ৰীসকল দুষিত হয়, আৰু হে বাৰ্ষ্ণেয়, স্ত্ৰীসকল দুষিত হ'লে বৰ্ণসংকৰ উৎপন্ন হয়। শব্দার্থ: অধৰ্মাভিভৱাৎ - অধৰ্মৰ প্ৰভাৱত, কৃষ্ণ - হে কৃষ্ণ, প্ৰদুশ্যন্তি - দুষিত হয়, কুলস্ত্ৰিয়ঃ - কুলৰ স্ত্ৰীসকল, স্ত্ৰীষু - স্ত্ৰীসকলৰ মাজত, দুষ্টাসু - দুষিত হ'লে, বাৰ্ষ্ণেয় - হে বাৰ্ষ্ণেয়, জায়তে - উৎপন্ন হয়, বৰ্ণসংকৰঃ - বৰ্ণসংকৰ।
★🔗